ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ক্ষণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ক্ষণ   বিশেষ্য

ଅର୍ଥ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ଉଦାହରଣ : সময় কাৰোবাবে ৰৈ নাথাকে

ସମକକ୍ଷ : কাল, বেলা, সময়

ଅର୍ଥ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ଉଦାହରଣ : এই কামটো কৰিবৰ সময় হʼল

ସମକକ୍ଷ : দাও, বেলা, সময়, সুচল, সুযোগ

ଅର୍ଥ : কাল বা সময়ৰ সবাটোকৈ সৰু একক

ଉଦାହରଣ : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান

ସମକକ୍ଷ : নিমেষ, লহমা

ଅର୍ଥ : অনিশ্চিত কম সময়

ଉଦାହରଣ : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম

ସମକକ୍ଷ : খন্তেক, চেকেণ্ড, মিনিট