ଅର୍ଥ : একেশ্রেণীৰ সকলো ছাত্র-ছাত্রী বহি পঢ়া পঢ়াশালীৰ কোঠা বিশেষ
ଉଦାହରଣ :
আমাৰ বিদ্যালয়ত দুটা নতুন শ্রেণীকোঠা সাজি আছে
ସମକକ୍ଷ : শ্রেণীকোঠা
ଅର୍ଥ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
ଉଦାହରଣ :
এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
ସମକକ୍ଷ : শ্রেণী
ଅର୍ଥ : * বিদ্যার্থীসকলৰ সেই শ্রেণী যি একেলগে স্নাতক কৰিছে বা কৰি আছে
ଉଦାହରଣ :
শ্যামা বিশ্ববিদ্যালয়ৰত মোৰ ক্লাছৰে আছিল
ସମକକ୍ଷ : ইয়েৰ