ଅର୍ଥ : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
ସମକକ୍ଷ : আমোদ-প্রমোদ, খেল
ଅର୍ଥ : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
ଉଦାହରଣ :
খেলত জয়-পৰাজয় থাকেই
ସମକକ୍ଷ : খেল, খেল-ধেমালি