ଅର୍ଥ : কাৰোবাৰ মৃত্যু উপলক্ষে অনুষ্ঠিত কৰা ধার্মিক কৃত্য বা সংস্কাৰ
ଉଦାହରଣ :
মৃতকৰ অন্ত্যেষ্টিক্রিয়া এক পৰম্পৰাগত নিয়ম
ସମକକ୍ଷ : অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, মৃত সৎকাৰ, শেষকৃত্য, শ্মশান কৃত্য, শৱসৎকাৰ, সংস্কাৰ কর্ম, সৎকাৰ, সৎক্রিয়া