ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
ଉଦାହରଣ : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
ସମକକ୍ଷ : পদ্ধতি, প্রক্রিয়া, প্রণালী
ଅର୍ଥ : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
ଉଦାହରଣ : এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
ସମକକ୍ଷ : ক্রিয়াপদ
ଅର୍ଥ : কোনো কাম হোৱা বা কৰাৰ ভাব
ଉଦାହରଣ : গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
ସମକକ୍ଷ : কার্য
ସଂସ୍ଥାପନ କରନ୍ତୁ