ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কোৱা   বিশেষ্য

ଅର୍ଥ : কোৱা কথা

ଉଦାହରଣ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

ସମକକ୍ଷ : উক্তি, কথন, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

কোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা

ଉଦାହରଣ : তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে

ସମକକ୍ଷ : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া

ଅର୍ଥ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য

ଉଦାହରଣ : মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে

ସମକକ୍ଷ : বুজোৱা

ଅର୍ଥ : স্থিৰ কৰা

ଉଦାହରଣ : তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল

ଅର୍ଥ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

ଉଦାହରଣ : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

ସମକକ୍ଷ : লোৱা

ଅର୍ଥ : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া

ଉଦାହରଣ : তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে

ସମକକ୍ଷ : জনোৱা

ଅର୍ଥ : ভাল-বেয়া কোৱা

ଉଦାହରଣ : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে

ସମକକ୍ଷ : শুনোৱা

ଅର୍ଥ : কোনো কথা কোৱাত প্রবৃত্ত কৰা

ଉଦାହରଣ : শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে

ସମକକ୍ଷ : আওৰোৱা

ଅର୍ଥ : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা

ଉଦାହରଣ : সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে

ସମକକ୍ଷ : উচ্চাৰণ কৰা

ଅର୍ଥ : কিবা কৈ বাধক হোৱা

ଉଦାହରଣ : আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়

ଅର୍ଥ : নামেৰে জনা

ଉଦାହରଣ : মানুহে গান্ধীজীক বাপু বুলিও কয়

ସମକକ୍ଷ : মতা

ଅର୍ଥ : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া

ଉଦାହରଣ : পইচাই কথা কয়

ଅର୍ଥ : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া

ଉଦାହରଣ : আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে

ଅର୍ଥ : মৌখিক ্বর্ণ্্না কৰা কার্য

ଉଦାହରଣ : তেওঁ নিজৰ ৰাম কাহিনী শুনালে

ସମକକ୍ଷ : শুনোৱা

ଅର୍ଥ : কিবা কৰিবলৈ আদেশ দিয়া

ଉଦାହରଣ : গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে

ସମକକ୍ଷ : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া

ଅର୍ଥ : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা

ଉଦାହରଣ : তেওঁ কʼলে যে ৰহিম আজি নাহে

ଅର୍ଥ : মুখেৰে (কোনো কথা বা ৰায় আদি) ব্যক্ত কৰা

ଉଦାହରଣ : আপোনাৰ যি কʼব লগা আছে, মোক কওক শিশুটোৱে ৰাম-ৰাম বুলিছে ককা-দেউতাই কিবা কৈ আছে

ସମକକ୍ଷ : বেকত কৰা, বোলা

ଅର୍ଥ : অভিহিত কৰা

ଉଦାହରଣ : বেণাৰসক কাশী বুলিও কোৱা হয়

ସମକକ୍ଷ : অভিহিত কৰা

কোৱা   বিশেষণ

ଅର୍ଥ : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে

ଉଦାହରଣ : বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে