ଅର୍ଥ : কোৰিয়া দেশৰ অধিবাসী
ଉଦାହରଣ :
সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে
ସମକକ୍ଷ : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী
ଅର୍ଥ : যি লিপিত কোৰিয়ান ভাষা লিখা হয়
ଉଦାହରଣ :
অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল
ସମକକ୍ଷ : কোৰিয়ান লিপি
ଅର୍ଥ : কোৰিয়া দেশৰ ভাষা
ଉଦାହରଣ :
কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে
ସମକକ୍ଷ : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা
ଅର୍ଥ : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত
ଉଦାହରଣ :
কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ
ଅର୍ଥ : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে