ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কোষ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কোষ   বিশেষ্য

ଅର୍ଥ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

ଉଦାହରଣ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

ସମକକ୍ଷ : কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ

ଅର୍ଥ : ক্রম অনুসৰি শ্্ব্দৰ অর্থ আৰু পৰিচয় থকা গ্রন্থ

ଉଦାହରଣ : আজিও হিন্দী ভাষাত এখন ভাল অভিধানৰ অভাৱ

ସମକକ୍ଷ : অভিধান, কোষগ্রন্থ, শ্্ব্দকোষ, শ্্ব্দার্থকোষ, শ্্ব্দার্থগ্রন্থ

ଅର୍ଥ : বহুত ধন থকা কোষ বা স্থান

ଉଦାହରଣ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

ସମକକ୍ଷ : কোষাগাৰ, খাজানা, ভাণ্ডাৰ

ଅର୍ଥ : সকলো প্রাণীৰ মূল গঠনাত্মক তথা কার্যাত্মক একক যাৰ দ্বাৰা প্রাণীসমূহৰ নি্র্মাণ হৈছে

ଉଦାହରଣ : অনুবীক্ষণেৰে চালে কোষ এক কক্ষৰ ৰূপত দেখা যায়

ସମକକ୍ଷ : জীৱৰ একক

ଅର୍ଥ : সঞ্চিত ধন, জ্ঞান আদি

ଉଦାହରଣ : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

ସମକକ୍ଷ : খাজানা, নিধি, ভাণ্ডাৰ

ଅର୍ଥ : উদ্ভিদ বা জীৱদেহৰ ক্ষুদ্রতম অংশ বিশেষ

ଉଦାହରଣ : মানৱ শৰীৰত ভালেমান প্রকাৰৰ কোষ পোৱা যায়