ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কোমলতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কোমলতা   বিশেষ্য

ଅର୍ଥ : বিনয়ৰ ভাবত কৰা ব্যৱহাৰ

ଉଦାହରଣ : বিষয়াজনে নম্রতা দেখুৱালে আৰু আমাৰ কথা মনোযোগেৰে শুনিলে

ସମକକ୍ଷ : নম্রতা, বিনম্রতা

ଅର୍ଥ : নিমজ বা কোমল হোৱা কার্য

ଉଦାହରଣ : ইমান ঘঁ্হাৰ পিছতো বাচনটোত লাগি থকা তেলৰ কোমলতাবোৰ নগʼল

ସମକକ୍ଷ : মসৃণতা, মেদুৰতা, স্নিগ্ধতা

ଅର୍ଥ : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ

ଉଦାହରଣ : সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে

ସମକକ୍ଷ : অদৃঢ়তা, অপৰিপক্কতা

ଅର୍ଥ : কোমল হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে

ଅର୍ଥ : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল