ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত কঠোৰতা বা উগ্রতা নাথাকে
ଉଦାହରଣ : তেওঁ বৰ সৰল ্তথা নৰম স্বভাৱৰ
ସମକକ୍ଷ : নৰম
ଅର୍ଥ : যিটো টান বা কর্কশ নহয়
ଉଦାହରଣ : তেওঁৰ ্ হাতখন বৰ কোমল
ସମକକ୍ଷ : নৰম, মোলায়ম, মোলায়েম
ଅର୍ଥ : সাধাৰণ মাত বা স্বৰতকৈ তলৰ
ଉଦାହରଣ : সীতাই মৃদু কণ্ঠত গীত গাই আছে
ସମକକ୍ଷ : মন্দ্র, মৃদু
ସଂସ୍ଥାପନ କରନ୍ତୁ