ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কোবোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কোবোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া

ଉଦାହରଣ : তেওঁ বিচনাখন কোবাই আছে

ସମକକ୍ଷ : কোবাই থকা

ଅର୍ଥ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

ଉଦାହରଣ : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

ସମକକ୍ଷ : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা