ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
ଉଦାହରଣ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
ସମକକ୍ଷ : বেগ, সোঁত
ଅର୍ଥ : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
ସମକକ୍ଷ : ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
ଅର୍ଥ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
ଉଦାହରଣ : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
ସମକକ୍ଷ : আঘাত, ঘা, চোট, জখম, প্রহাৰ, মাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ