ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কোপিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কোপিত   ক্ৰিয়া

ଅର୍ଥ : দুখী হৈ খং কৰা

ଉଦାହରଣ : পুতেকৰ ভুল সিদ্ধান্তত অতীষ্ঠ হৈ মাকে মনৰ মাজতে কোপিত হৈছিল

কোপিত   বিশেষণ

ଅର୍ଥ : যি প্রসন্ন নহয়

ଉଦାହରଣ : ৰামৰ আচৰণত গুৰুদেৱ অসন্তুষ্ট হৈছে

ସମକକ୍ଷ : অপ্রসন্ন, অসন্তুষ্ট, ক্ষুণ্ণ, নাৰাজ, ৰুষ্ট

ଅର୍ଥ : যাৰ খং উঠিছে

ଉଦାହରଣ : খঙাল লোক বিবেকশূন্য হৈ পৰে

ସମକକ୍ଷ : কুপিত, কোদোৱা, কোপন, কোপান্বিত, কোপাৱিষ্ট, ক্রুদ্ধ, ক্রোধপৰ, ক্রোধপৰবশ, ক্রোধবশ, ক্রোধযুক্ত, ক্রোধান্ধ, ক্রোধান্বিত, ক্রোধাবিষ্ট, ক্রোধিত, ক্রোধী, ক্রোধোদ্দীপক, ক্রোধোন্মত্ত, খঙাল, গোঙোৰা, ৰাগান্ধ, ৰাগান্বিত, ৰাগী, ৰুখাৰি, ৰুষ্ট

ଅର୍ଥ : যি স্বভাৱতেই অধিক খং কৰে

ଉଦାହରଣ : খঙাল ব্যক্তিৰ পৰা সকলোৱেই আঁতৰি থাকিব বিচাৰে

ସମକକ୍ଷ : কুপিত, কোদোৱা, কোপন, কোপান্বিত, কোপাৱিষ্ট, ক্রুদ্ধ, ক্রোধপৰ, ক্রোধপৰবশ, ক্রোধবশ, ক্রোধযুক্ত, ক্রোধান্ধ, ক্রোধান্বিত, ক্রোধাবিষ্ট, ক্রোধিত, ক্রোধী, ক্রোধোদ্দীপক, ক্রোধোন্মত্ত, খঙাল, খঙ্গাল, গোঙোৰা, ৰাগান্ধ, ৰাগান্বিত, ৰাগী, ৰুখাৰি, ৰুষ্ট