ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কোণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কোণ   বিশেষ্য

ଅର୍ଥ : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে

ଉଦାହରଣ :

ସମକକ୍ଷ : কোণা, খোঁক, খোহ, চুক

ଅର୍ଥ : ঘৰ, গলী অথবা পথৰ আগফালে ওলাই থকা কোণা বিশেষ

ଉଦାହରଣ : চাৰিআলিটোৰ চকত থিয় হৈ থকা লʼৰাটোক ট্রাকে চেপিলে

ସମକକ୍ଷ : কর্ণাৰ, কোণা, চক, চুক

ଅର୍ଥ : মৈদাৰে তৈয়াৰ কৰা শংকু আকৃতিৰ বস্তু যʼত আইচক্রীম ভৰাই খোৱা হয়

ଉଦାହରଣ : কোণ বহুত মচমচীয়া হʼলে খাই ভাল লাগে

ସମକକ୍ଷ : আইচক্রীম কোণ

ଅର୍ଥ : দুডাল সৰল ৰেখা পৰস্পৰ লগহোৱা স্থান

ଉଦାହରଣ : এই কোণটো পঞ্চল্লিশ ডিগ্রীৰ