ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এশ লাখ বুজোৱা সংখ্যা
ଉଦାହରଣ : কোটিত একৰ পিছত সাতটা শূন্য হয়
ସମକକ୍ଷ : কৌটি, কৌড়, কৌৰ, ১০০০০০০০
ଅର୍ଥ : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে অষ্টম স্থানত পোৱা মান যʼত কোটি গুণিতক পোৱা যায়
ଉଦାହରଣ : চাৰিকোটি একত চাৰি কোটিৰ স্থানত থাকে
ଅର୍ଥ : এশ লাখ:ৰাজীৱে এক কোটি টকা পুৰস্কাৰ হিচাপে পাইছে
ଉଦାହରଣ :
ସମକକ୍ଷ : এক কোটি, কৌটি, ১০০০০০০০
ସଂସ୍ଥାପନ କରନ୍ତୁ