ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কেৰেলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কেৰেলা   বিশেষ্য

ଅର୍ଥ : তৰকাৰী বনাই খোৱা সেউজীয়া তিতা ফল লগা এবিধ লতা

ଉଦାହରଣ : তেওঁ কেৰেলাৰ ওপৰত কীটনাশক দৰব চটিয়াই আছে

ଅର୍ଥ : লতাত লগা কাঁইটীয়া গাৰে পাচলি ৰূপে ব্যৱহাৰ কৰা এবিধ ফল

ଉଦାହରଣ : তেওঁ কেৰেলাৰ ভাজি খাই বৰ ভাল পায়

ଅର୍ଥ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত অৱস্থিত এখন ৰাজ্য

ଉଦାହରଣ : কেৰেলাত ঐণম উৎসৱ বৰ উলহ-মালহেৰে উদযাপন কৰা হয়