ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভাল-বেয়া নভবাকৈ মুখত যি আহে তাকে কোৱা
ଉଦାହରଣ : ইয়াত চেলবেলাই নাথাকিবা
ସମକକ୍ଷ : কেল্-কেলনি, চেলবেলনি, বক্-বকনি
ଅର୍ଥ : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
ଉଦାହରଣ : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
ସମକକ୍ଷ : কিৰিলি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল, হৈ-চৈ
ସଂସ୍ଥାପନ କରନ୍ତୁ