ଅର୍ଥ : ধনাত্মক আধান থকা পৰমাণুৰ মধ্য ভাগ
ଉଦାହରଣ :
কেন্দ্রত প্রʼটন আৰু নিউট্রন থাকে
ସମକକ୍ଷ : নিউক্লিয়াচ
ଅର୍ଥ : কোনো কার্য আদিৰ কাৰণে নি্র্ধাৰিত ঠাই বা যʼত কোনো কাম বিশেষ ৰূপত হয়
ଉଦାହରଣ :
নেতাসকলৰ কাৰণে দিল্লী এক ৰাজনৈতিক কেন্দ্র
ସମକକ୍ଷ : কেন্দ্র স্থান, কেন্দ্রস্থল, কেন্দ্রীয় ঠাই, কেন্দ্রীয় স্থল, কেন্দ্রীয় স্থান, ঘাটি