ଅର୍ଥ : যাক তাপ দি সিজোৱা হোৱা নাই
ଉଦାହରଣ :
কিছুমান কেঁ্চা পাচলি চালাদ হিচাপে খোৱা হয়
ଅର୍ଥ : যাৰ তৈয়াৰ হʼবলৈ বাকী আছে বা যাক তৈয়াৰ কৰিবলৈ কিছুমান প্রক্রিয়া কৰিব লাগে
ଉଦାହରଣ :
বেছিভাগ কোম্পানীয়ে কেঁ্চা সামগ্রী আমদানি কৰে
ଅର୍ଥ : যিটো জুইত সিজোৱাৰ পিছতো ভালদৰে সিজা নাই
ଉଦାହରଣ :
আজি লৰালৰিত ভাজিখন ্কেঁ্চা হৈয়ে থাকিলে
ସମକକ୍ଷ : আধাসিজা