ଅର୍ଥ : নিজক কৰা উপকাৰ মানি লোৱা লোক
ଉଦାହରଣ :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
ସମକକ୍ଷ : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত
ଅର୍ଥ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
ଉଦାହରଣ :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
ସମକକ୍ଷ : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত
ଅର୍ଥ : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়
ଉଦାହରଣ :
ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল
ସମକକ୍ଷ : ধন্য