ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজক কৰা উপকাৰ মানি লোৱা লোক
ଉଦାହରଣ : আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
ସମକକ୍ଷ : কৃতজ্ঞ, কৃতার্থ, ধন্য, বাধিত
ଅର୍ଥ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
ଉଦାହରଣ : আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
ସମକକ୍ଷ : কৃতকৃত্য, কৃতার্থ, ধন্য, বাধিত
ସଂସ୍ଥାପନ କରନ୍ତୁ