ଅର୍ଥ : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
ଉଦାହରଣ :
সকলো চাকৰেই বিশ্বাসী নহয়
ସମକକ୍ଷ : প্রভুভক্ত, বিশ্বাসী, স্বামীভক্ত
ଅର୍ଥ : নিজক কৰা উপকাৰ মানি লোৱা লোক
ଉଦାହରଣ :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
ସମକକ୍ଷ : কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য, বাধিত