ଅର୍ଥ : শৰীৰৰ নিম্নাংশ বগা ৰঙৰ এবিধ জলচৰ চৰাই
ଉଦାହରଣ :
কুৰুৱা চৰাইটোৱে মাছটোক হাতোৰাৰে খামুচি উৰা মাৰিলে
ଅର୍ଥ : পূবৰ পৰা বৈ অহা বতাহ
ଉଦାହରଣ :
বাগিছাত যুৱক দম্পত্তিয়ে কুৰুৱা বতাহৰ আনন্দ লৈ আছে
ସମକକ୍ଷ : কুৰুৱা বতাহ