ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাম আদিত প্রবীণ বা দক্ষ হোৱা ভাব
ଉଦାହରଣ : ক্রিকেটত শচীনৰ নিপুণতা জগত বিখ্যাত
ସମକକ୍ଷ : দক্ষতা, নিপুণতা, পটুতা, প্রবীণতা, বিচক্ষণতা
ଅର୍ଥ : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
ଉଦାହରଣ : চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
ସମକକ୍ଷ : দক্ষতা
ସଂସ୍ଥାପନ କରନ୍ତୁ