ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কুশল হোৱাৰ অৱস্থা বা ভাৱ
ଉଦାହରଣ : সকলোৰে মংগল ভগৱানৰ হাতত আছে
ସମକକ୍ଷ : কল্যাণ, মংগল
ଅର୍ଥ : সুখী আৰু সুস্থভাৱে থকা অৱস্থা
ଉଦାହରଣ : ঘৰত সকলো কুশলে আছে
ଅର୍ଥ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ଉଦାହରଣ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
ସମକକ୍ଷ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ