ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বেয়া লক্ষণ বা চিন
ଉଦାହରଣ : ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
ସମକକ୍ଷ : অশুভ লক্ষণ
ଅର୍ଥ : অশুভ বা বেয়া লক্ষণ
ଉଦାହରଣ : কʼৰবালৈ যাবৰ সময়ত মেকুৰীয়ে ৰাস্তা কটা কুলক্ষণ বুলি মনা হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ