ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কুমাৰী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কুমাৰী   বিশেষ্য

ଅର୍ଥ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই

ଉଦାହରଣ : বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি

ସମକକ୍ଷ : অক্ষতযোনি নাৰী, কন্যা

ଅର୍ଥ : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন

ଉଦାହରଣ : কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে

ଅର୍ଥ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই

ଉଦାହରଣ : মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে

ସମକକ୍ଷ : অবিবাহিত, অবিবাহিত মহিলা

ଅର୍ଥ : যি স্ত্রী ৰজস্বলা হোৱা নাই

ଉଦାହରଣ : তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে

ସମକକ୍ଷ : কুঁৱৰী

কুমাৰী   বিশেষণ

ଅର୍ଥ : যাৰ কৌমার্য ভঙ্গ ্হোৱা নাই

ଉଦାହରଣ : নৱৰাত্রিত কুমাৰী ছোৱালীবোৰক ভোজন কৰোৱা হয়

ଅର୍ଥ : যাৰ বিবাহ হোৱা নাই

ଉଦାହରଣ : প্রথমতে বিমান পৰিচাৰিকাৰ কাৰণে অবিবাহিতা মহিলাকহে নি্র্বাচিত কৰা হৈছিল

ସମକକ୍ଷ : অপৰিণীতা, অবিবাহিতা