ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনে মাটিৰ বাচন-বর্তন ্ তৈয়াৰ কৰে
ଉଦାହରଣ : মাটিক বিভিন্ন আকাৰ দিয়াত কুমাৰসকল সিদ্ধহস্ত
ସମକକ୍ଷ : কুম্ভকাৰ, কুলাল, হীৰা
ଅର୍ଥ : মতা সন্তান:কৃষ্ণ বাসুদেৱৰ লʼৰা আছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : আপা, কিশোৰ, কোঁৱৰ, চোকোৰা, তনয়, দায়াদ, নন্দন, পুতাই, পুত্র, পো, বাচ্চা, বালক, লʼৰা
ଅର୍ଥ : যাৰ বিবাহ হোৱা নাই
ଉଦାହରଣ : অবিবাহিত পুৰুষহে এই পদটোৰ প্রার্থী হʼব পাৰিব
ସମକକ୍ଷ : অবিবাহিত
ସଂସ୍ଥାପନ କରନ୍ତୁ