ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
ଉଦାହରଣ : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
ସମକକ୍ଷ : অখাজ, অখাদ্য, অপথ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, খাব নলগীয়া-
ଅର୍ଥ : অনুপযুক্ত আহাৰ
ଉଦାହରଣ : ৰোগীৰ কাৰণে মছলাযুক্ত আহাৰ কুপথ্য স্বৰূপ
ସମକକ୍ଷ : অপথ্য
ଅର୍ଥ : যি হিতকৰ নহয় (আহাৰ)
ଉଦାହରଣ : কিছুমান লোকে সোৱাদৰ কাৰণে কুপথ্যও খায়
ଅର୍ଥ : যি পথ্য নহয়
ଉଦାହରଣ : কুপথ্য ভোজন কৰা অনুচিত
ଅର୍ଥ : যি খোৱাৰ যোগ্য নহয়
ଉଦାହରଣ : এইটো অখাদ্য বস্তু
ସମକକ୍ଷ : অখাজ, অখাদ্য, অপথ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য
ସଂସ୍ଥାପନ କରନ୍ତୁ