ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কুন্তল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কুন্তল   বিশেষ্য

ଅର୍ଥ : পিছফালে বা সোঁ আৰু বাঁওফালে পৰা শিৰৰ দীঘল চুলি

ଉଦାହରଣ : তেওঁৰ কেশগুচ্ছৰে আৱৰি ৰখা চেহেৰাটো মই ধৰিবই পৰা নাছিলোঁ

ସମକକ୍ଷ : কেশগুচ্ছ, চুলিৰ কোছা, সতিনী চুলি

ଅର୍ଥ : মূৰৰ ঘন নোম অংশ

ଉଦାହରଣ : কʼলা দীঘল চুলি দেখিবলৈ ধুনীয়া

ସମକକ୍ଷ : অলক, কেশ, চুলি, মূর্ধজ, শিৰসিজ, শিৰোজ, শিৰোৰূহ

ଅର୍ଥ : দীপকৰ চতুর্থ পুত্র হিচাপে গণ্য কৰা এক প্রকাৰৰ সম্পূর্ণ ্ৰাগ

ଉଦାହରଣ : কুন্তল ৰাগ গ্রীষ্মঋতুৰ দুপৰীয়া সময়ত গোৱা হয়

ସମକକ୍ଷ : কুন্তল ৰাগ