ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কুটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কুটা   বিশেষ্য

ଅର୍ଥ : শুকান ঘাঁহ আদিৰ টুকুৰা

ଉଦାହରଣ : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে

ସମକକ୍ଷ : খেৰ-কুটা

ଅର୍ଥ : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট

ଉଦାହରଣ : মোৰ চকুত কুটা সোমাইছে

ଅର୍ଥ : খুন্দা বা কুটাৰ কার্য

ଉଦାହରଣ : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে

ସମକକ୍ଷ : খুন্দা, বনা

কুটা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য

ଉଦାହରଣ : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে

ସମକକ୍ଷ : কুটি থকা

ଅର୍ଥ : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য

ଉଦାହରଣ : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে

ସମକକ୍ଷ : কুটি খোৱা

কুটা   বিশেষণ

ଅର୍ଥ : কুটি থোৱা

ଉଦାହରଣ : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি