ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কুঁৱলী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কুঁৱলী   বিশেষ্য

ଅର୍ଥ : জাৰৰ দিনত গোট মাৰি যোৱা আৰু ধৰালৈ লাহে লাহে নামি অহা বায়ুত থকা অতি সূক্ষ্ম জলকণা

ଉଦାହରଣ : জাৰৰ দিনত চাৰিওফালে ডাঠ কুঁৱলী পৰি যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মায়

ସମକକ୍ଷ : কুব্জটিকা, কুহেলিকা

ଅର୍ଥ : বতাহত মিহলি হৈ থকা ভাপৰ অতি সূক্ষ্ম অণু যি শীতৰ কাৰণে পৃথিৱীত বগা তৰপ হৈ জমা হয়

ଉଦାହରଣ : অত্যধিক কুঁৱলী পৰাৰ কাৰণে আলুৰ খেতিডৰা নষ্ট পালে

ସମକକ୍ଷ : কুঁৱলি, কুব্জটিকা, কুহেলিকা, তুহিন, হিম