ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কীট-নাশক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কীট-নাশক   বিশেষ্য

ଅର୍ଥ : পোক-পতঙ্গ আদি মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা ৰাসায়নিক দ্রব্য

ଉଦାହରଣ : শস্যবোৰ পোক-পতঙ্গৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কীটনাশক ছটিওৱা হৈছে

ସମକକ୍ଷ : কীট-নাশক দ্রব্য, কীটনাশক, কীটনাশক দ্রব্য

কীট-নাশক   বিশেষণ

ଅର୍ଥ : পোক-পতঙ্গ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা দ্রব্য বিশেষ

ଉଦାହରଣ : খেতিয়কজনে পথাৰত কীটনাশক ঔষধ ছটিয়াই আছে

ସମକକ୍ଷ : কীটনাশক