ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : টকা-পইচা আদি দি দোকান বা কোনো ব্যক্তি আদিৰ পৰা সামগ্রী লোৱা
ଉଦାହରଣ : মই দোকানৰ পৰা এটা চোলা কিনিলোঁ
ସମକକ୍ଷ : ক্রয় কৰা, খৰিদা, দোকান কৰা, বজাৰ কৰা
ଅର୍ଥ : যিটো ক্রয় কৰা হৈছে
ଉଦାହରଣ : শীলাই কিনা সামগ্রীখিনি বাকছত ৰাখিছে
ସମକକ୍ଷ : ক্রয় কৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ