ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাৰক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাৰক   বিশেষ্য

ଅର୍ଥ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

ଉଦାହରଣ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

ସମକକ୍ଷ : অর্থ, কাৰণ, নিমিত্ত, মূল, হেতু

ଅର୍ଥ : ব্যাকৰণত সংজ্ঞা বা স্্র্ব্্নামৰ যি অৱস্থাৰ দ্বাৰা কোনো বাক্যত তাৰ ক্রিয়াৰ লগত সম্বন্ধ নির্ণয় কৰে

ଉଦାହରଣ : হিন্দীত আঠ প্রকাৰৰ কাৰক আছে

কাৰক   বিশেষণ

ଅର୍ଥ : যিটো কৰিবলগীয়া

ଉଦାହରଣ : ভগৱানেই সকলো কামৰ কর্তা, আমি মাথোঁ নিমিত্ত

ସମକକ୍ଷ : কর্তা, কৰোঁতা, সংঘটক

ଅର୍ଥ : কোনো কাম কৰোতা

ଉଦାହରଣ : আপোনাৰ হিতৰ কাৰক গ্রহ মংগল