ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কায়দা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কায়দা   বিশেষ্য

ଅର୍ଥ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী

ଉଦାହରଣ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা

ସମକକ୍ଷ : ঢঙ, নিয়ম, পদ্ধতি, বিধি, শৈলী, ৰীতি

ଅର୍ଥ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

ଉଦାହରଣ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

ସମକକ୍ଷ : নিয়ম, বাদ, সিদ্ধান্ত