ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি প্রক্রিয়াত কোনোৱে নিজৰ হেৰোৱা শক্তি, যৌৱন আদি পুনৰাই লাভ কৰি লয়
ଉଦାହରଣ : বৰষুণ হোৱাৰ লগে লগে শুকান মাটিয়ে কায়কল্প সাধন হয়
ସମକକ୍ଷ : কায়-কল্প
ଅର୍ଥ : ঔষধৰ দ্বাৰা বৃদ্ধ বা ৰুগ্ন শৰীৰক পুণৰ তৰুণ আৰু স্বাস্থ্যবান কৰা কার্য
ଉଦାହରଣ : মদনমোহন মালবীয়জীয়ে নিজৰ কায়কল্প কৰাইছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ