ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাষ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাষ   বিশেষ্য

ଅର୍ଥ : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা

ଉଦାହରଣ : শ্যাম মোৰ কাষতে বহিল

ସମକକ୍ଷ : ওচৰ

ଅର୍ଥ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ

ଉଦାହରଣ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল

ସମକକ୍ଷ : আগ, মূৰ

ଅର୍ଥ : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে

ଉଦାହରଣ : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে

ସମକକ୍ଷ : পার্শ্ব

ଅର୍ଥ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে

ଉଦାହରଣ :

ସମକକ୍ଷ : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত

ଅର୍ଥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ

ଉଦାହରଣ : এই কাঁহীখনৰ কাণটো বৰ পাতল

ସମକକ୍ଷ : কাণ, কিনাৰ, প্রান্তৰ, মূৰ

ଅର୍ଥ : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই

ଉଦାହରଣ : তেওঁ ্ মোৰ ওচৰতে থাকে

ସମକକ୍ଷ : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ

ଅର୍ଥ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ

ଉଦାହରଣ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে

ସମକକ୍ଷ : কিনাৰ, দাঁতি, পাৰ

ଅର୍ଥ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ

ଉଦାହରଣ : আপোনাৰ কোন ফালে যাবলগীয়া আছে

ସମକକ୍ଷ : দিশ, পিন, ফাল