ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা
ଉଦାହରଣ : শ্যাম মোৰ কাষতে বহিল
ସମକକ୍ଷ : ওচৰ
ଅର୍ଥ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
ଉଦାହରଣ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
ସମକକ୍ଷ : আগ, মূৰ
ଅର୍ଥ : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে
ଉଦାହରଣ : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে
ସମକକ୍ଷ : পার্শ্ব
ଅର୍ଥ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
ଅର୍ଥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ଉଦାହରଣ : এই কাঁহীখনৰ কাণটো বৰ পাতল
ସମକକ୍ଷ : কাণ, কিনাৰ, প্রান্তৰ, মূৰ
ଅର୍ଥ : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই
ଉଦାହରଣ : তেওঁ ্ মোৰ ওচৰতে থাকে
ସମକକ୍ଷ : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ
ଅର୍ଥ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
ଉଦାହରଣ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
ସମକକ୍ଷ : কিনাৰ, দাঁতি, পাৰ
ଅର୍ଥ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
ଉଦାହରଣ : আপোনাৰ কোন ফালে যাবলগীয়া আছে
ସମକକ୍ଷ : দিশ, পিন, ফাল
ସଂସ୍ଥାପନ କରନ୍ତୁ