ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাশ্মীৰী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাশ্মীৰী   বিশেষ্য

ଅର୍ଥ : কাশ্মীৰ ৰাজ্যৰ ভাষা

ଉଦାହରଣ : তেওঁ ্কাশ্মীৰী কʼব পাৰে

ସମକକ୍ଷ : কাশ্মীৰী ভাষা

ଅର୍ଥ : কাশ্মীৰ ৰাজ্যৰ নিবাসী

ଉଦାହରଣ : আজিৰ প্রতিজন কাশ্মীৰীয়েই সন্ত্রাসবাদৰ আতংকময় পৰিৱেশত জীৱন নি্র্বাহ কৰি আছে

ସମକକ୍ଷ : কাশ্মীৰ বাসী

কাশ্মীৰী   বিশেষণ

ଅର୍ଥ : কাশ্মীৰী ভাষাৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : তেওঁ ্কাশ্মীৰী সাহিত্যৰ অধ্যয়ন কৰি আছে

ଅର୍ଥ : কাশ্মীৰত থকা বা বসতি কৰা

ଉଦାହରଣ : কাশ্মীৰী জনতা সন্ত্রাসবাদীৰ সন্ত্রাসৰ দ্বাৰা পীড়িত হৈ আছে

ଅର୍ଥ : যিটো কাশ্মীৰৰ সৈতে সম্পর্কযুক্ত বা কাশ্মীৰৰ

ଉଦାହରଣ : তেওঁৰ মূৰত কাশ্মীৰী টুপি সুশোভিত আছিল