ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পাৰ হৈ যোৱা কাল বা সময়
ଉଦାହରଣ : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়
ସମକକ୍ଷ : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল
ଅର୍ଥ : আজিৰ পূর্বৰ দিনটো
ଉଦାହରଣ : এই প্রবন্ধটো যোৱাকালিৰ বাতৰি-কাকতত প্রকাশ হৈছিল
ସମକକ୍ଷ : যোৱাকালি
ଅର୍ଥ : কাগজ আৰু কাপোৰ আদিত লিখিবলৈ অথবা ছাপ দিবলৈ ব্যৱহাৰ কৰা কʼলা আৰু ৰঙীন তৰল, গাঢ় পদার্থ
ଉଦାହରଣ : মোৰ এটা ৰঙা চিয়াঁহীৰ কলম আছে
ସମକକ୍ଷ : চিয়াঁহী, মহী
ଅର୍ଥ : আজিৰ এদিন আগৰ দিন
ଉଦାହରଣ : মই কালি ইয়াত নাছিলো
ସଂସ୍ଥାପନ କରନ୍ତୁ