ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাল   বিশেষ্য

ଅର୍ଥ : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য

ଉଦାହରଣ : জন্মিলে মৃত্যু হʼবই

ସମକକ୍ଷ : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, প্রয়াণ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মৃত্যু, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-

ଅର୍ଥ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ଉଦାହରଣ : সময় কাৰোবাবে ৰৈ নাথাকে

ସମକକ୍ଷ : ক্ষণ, বেলা, সময়

ଅର୍ଥ : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়

ଉଦାହରଣ : কাল প্রধানকৈ তিনি প্রকাৰৰ

ଅର୍ଥ : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

ଉଦାହରଣ : তেওঁৰ মৃত্যু অতি ওচৰত

ସମକକ୍ଷ : মৃত্যু, মৰণ কাল

ଅର୍ଥ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

ଉଦାହରଣ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

ସମକକ୍ଷ : দিন, যুগ

ଅର୍ଥ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

ଉଦାହରଣ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

ସମକକ୍ଷ : যুগ, সময়