ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আনৰ কাম-কাজ কৰি পেট প্রৱর্তোৱা লোক
ଉଦାହରଣ : শ্রমিকসকলে সুৰঙ্গ খন্দা কাম কৰি আছে
ସମକକ୍ଷ : কাম কৰা মানুহ, বনুৱা, মজদুৰ, মজুৰ, শ্রমজীৱি, শ্রমিক, শ্রমোপজীৱি
ଅର୍ଥ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
ଉଦାହରଣ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
ସମକକ୍ଷ : অনুচৰ, আলধৰা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক
ସଂସ୍ଥାପନ କରନ୍ତୁ