ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাম   বিশেষ্য

ଅର୍ଥ : ইন্দ্রিয়সমূহৰ নিজ নিজ বাসনাৰ প্রতি আসক্তি

ଉଦାହରଣ : কাম, ক্রোধ, লোভ, মোহ আদি মানুহৰ শত্রু

ଅର୍ଥ : সহবাস বা মৈথুনৰ ইচ্ছা

ଉଦାହରଣ : ব্রহ্মচাৰীয়ে কাম-বাসনাৰ ওপৰত জয়লাভ কৰিহে নিজৰ ব্রত পালন কৰে

ସମକକ୍ଷ : কাম-বাসনা, কামুকতা

ଅର୍ଥ : যিটো কৰা যাব

ଉଦାହରଣ : তেওঁ ্সদায় ভাল কামেই কৰে

ସମକକ୍ଷ : কর্ম, কার্য, কৃত্য, কৰম

ଅର୍ଥ : কোনো ব্যক্তি বা বস্তুৰ পৰিশ্রম, কার্য-্কলাপ আদিৰ দ্বাৰা নির্মিত হোৱা বা অস্তিত্বলৈ অহা উৎপাদন

ଉଦାହରଣ : আপোনাৰ কাম বৰ ধুনীয়া মই আপোনাক মোৰ সকলোতকৈ ভাল কাম দেখুৱাই আছো