ଅର୍ଥ : কাবুলত জন্ম হোৱা
ଉଦାହରଣ :
কাবুলী বুট, মেৱা আদি ভাৰতলৈ আমদানি হয়
ଅର୍ଥ : কাবুল বা কাবুল সম্বন্ধী
ଉଦାହରଣ :
তেওঁ এক কিলো কাবুলী বুট কিনিলে
ଅର୍ଥ : কাবুলৰ বাসিন্দা
ଉଦାହରଣ :
কেইবাজনো কাবুলী লোকৰ লগত তেওঁৰ চিনা-পৰিচয় আছে