ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কান্ধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কান্ধ   বিশেষ্য

ଅର୍ଥ : হাতোৰা লগ লাগি থকা হাতৰ অংশ

ଉଦାହରଣ : ৰামে মোৰ কান্ধত খামুচি ধৰিলে

ସମକକ୍ଷ : স্কন্ধ, স্কন্ধদেশ

ଅର୍ଥ : মূৰৰ সৈতে শৰীৰৰ জোৰা লগোৱা পিঠিৰ বাহিৰৰ অংশ বিশেষ

ଉଦାହରଣ : মই গলধনত মোচোকা খালোঁ

ସମକକ୍ଷ : গলধন

ଅର୍ଥ : শৰীৰৰ ডিঙি আৰু বাহুৰ মাজৰ অংশ

ଉଦାହରଣ : হনুমানে ৰাম আৰু লক্ষ্মণক নিজৰ দুই কান্ধত বহুৱাই লৈ সুগ্রীৱৰ ওচৰ পালেগৈ

ସମକକ୍ଷ : কান, স্কন্ধ, স্কন্ধদেশ