ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শোভিত হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
ସମକକ୍ଷ : সৌন্দর্য, ্শোভা, ৰমণীয়তা
ଅର୍ଥ : এক ধৰণৰ প্রকাশ বা পোহৰ
ଉଦାହରଣ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
ସମକକ୍ଷ : আভা, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
ଅର୍ଥ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
ଉଦାହରଣ : তেওঁৰ ্ কান্তি নিৰুপম
ସମକକ୍ଷ : সৌন্দর্য, ৰূপ
ଅର୍ଥ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
ଉଦାହରଣ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
ସମକକ୍ଷ : আভা, উদ্দীপ্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ସଂସ୍ଥାପନ କରନ୍ତୁ