ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ফল, ফুল বা মূল্যবান গছ-গছনি আদি নিয়াৰিকৈ ৰুই থোৱা স্থান:লʼৰা-ছোৱালীবোৰে বাগিচাত মধুৰিআম পাৰি আছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : উদ্যান, বাগ, বাগান, বাগিচা
ଅର୍ଥ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ଉଦାହରଣ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
ସମକକ୍ଷ : অটবী, অৰণ্য, অৰণ্যানী, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
ସଂସ୍ଥାପନ କରନ୍ତୁ