ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ଉଦାହରଣ : এই কাঁহীখনৰ কাণটো বৰ পাতল
ସମକକ୍ଷ : কাষ, কিনাৰ, প্রান্তৰ, মূৰ
ଅର୍ଥ : যি ইন্দ্রিয়ৰ সহায়ত শ্্ব্দ শুনা পোৱা যায়
ଉଦାହରଣ : গা-ধোওঁতে মোৰ কাণত পানী সোমাল
ସମକକ୍ଷ : কর্ণ, শ্রুতি, শ্রোত্র, শ্রৱণ, শ্রৱণেন্দ্রিয়, শ্্ব্দগ্রহ
ସଂସ୍ଥାପନ କରନ୍ତୁ