ଅର୍ଥ : মিহি বস্তু কটা বা খোঁচা যতন
ଉଦାହରଣ :
তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
ସମକକ୍ଷ : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
ଅର୍ଥ : আৰবৰ এখন দেশ
ଉଦାହରଣ :
কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
ଅର୍ଥ : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
ଉଦାହରଣ :
কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ