ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাটা   বিশেষ্য

ଅର୍ଥ : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে

ଉଦାହରଣ : এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল

ଅର୍ଥ : গছৰ গা-গছ, ডাল, পাত আদিৰ পৰা ওলোৱা জোঙা অংশ, যি বেজীৰ নিচিনা হয়

ଉଦାହରଣ : হাবিত থাকোতে তেওঁৰ ভৰিত ্ কাঁইট সোমাল

ସମକକ୍ଷ : কণ্টক, কাঁইট, তৰুনখ, শূল, হুল

ଅର୍ଥ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা

ଉଦାହରଣ : কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে

ସମକକ୍ଷ : কাঁটা

ଅର୍ଥ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়

ଉଦାହରଣ : কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে

ସମକକ୍ଷ : কাঁটা